নিয়োগ বাৰ্তা : চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াত ২৬টা খালী পদত চাকৰি
🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ এপ্রিল
চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াত বিশেষ বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে এক অধিসূচনা ঘোষণা কৰিছে৷ খালী পদৰ সবিশেষৰ প্রতি আগ্রহী আৰু সকলো যোগ্যতাৰ মাপকাঠী সম্পূর্ণ কৰা যোগ্য প্রার্থীসকলে অধিসূচনা পঢ়ি আবেদন কৰিব পাৰিব৷
