এছবিআইত ২,৯৬৪টা বিষয়াৰ পদত চাকৰি
🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ জুন
ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা চার্কোল বেছড অফিচাৰ (চিবিঅ’) পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷