নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰোডত ৰে’লৰ পৰা পৰি মৃত্যু এজনৰ

  • বৰপেটাৰোডত ৰেলৰ পৰা পৰি এজন লোকৰ মৃত্যু।
  • বৰপেটাৰোডৰ ৰেল গেটত ওচৰ সংঘটিত হৈছে এই ঘটনা।
  • উজনিমুৱা যাত্ৰীবাহী ৰেলৰ পৰা লোকজন পৰি মৃত্যু ঘটা বুলি ধাৰণা কৰা হৈছে।
  • বৰপেটাৰোড ৰেল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
  • বৰ্তমানলৈকে মৃতদেহটোৰ পৰিচয় উদ্ধাৰ হোৱা নাই ৷

ডিজিটেল ডেস্ক, ১ ডিচেম্বৰ

You might also like