নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘন কুঁৱলীৰ বাবেই শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত

শিক্ষামূলক ভ্ৰমণৰ পৰা ওভতনি যাত্ৰাত স্কুল পোৱাৰ এক কিলোমিটাৰ নিলগতে সংঘটিত হয় এই দুৰ্ঘটনা

  • ঘন কুঁৱলীৰ বাবে শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত।
  • আহত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী।
  • জুৰীয়াৰ কান্ধুলীমাৰীত সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • কান্ধুলীমাৰী ছিৰাজিয়া হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীক লৈ যোৱা হৈছিল শিক্ষামূলক ভ্ৰমণলৈ।
  • শিক্ষামূলক ভ্ৰমণৰ পৰা ওভতনি যাত্ৰাত স্কুল পোৱাৰ এক কিলোমিটাৰ নিলগতে সংঘটিত হয় এই দুৰ্ঘটনা।
  • ঘন কুঁৱলীৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।

ডিজিটেল ডেস্ক, ৬ জানুৱাৰী

লগতে এইটোও পঢ়ক —- নিয়োগ বাৰ্তা : কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত চাকৰিৰ সুযোগ

You might also like