পলাশবাৰীত মিঞা অধিকৃত ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান
পলাশবাৰী সমষ্টিৰ মহমাৰাদিয়া চৰত আজি চলিব উচ্ছেদ অভিযান।
ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলত দহ হাজাৰ বিঘা ভূমি বেদখল কৰি নিশাৰ ভিতৰতে মিঞাই সাজিছে ঘৰ।
বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে ঘটনাস্থলীত উপস্হিত হৈছিল পলাশবাৰী ৰাজহ চক্ৰ বিষয়া অংকিতা শৰ্মাৰ লগতে আৰক্ষীৰ লোক।
আজি সন্দেহজনক লোকক উচ্ছেদ কৰি অসমীয়া খিলঞ্জীয়া থলুৱা লোকৰ ম্যাদী আৰু চৰকাৰী ভুমি বেদখল কৰি থকা মিঞাৰ পৰা ভূমি সমুহ বেদখল মুক্ত কৰিবলৈ সাজু হৈছে পলাশবাৰী প্ৰসাশন।
ডিজিটেল ডেস্ক, ২৫ ফেব্ৰুৱাৰী