নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়োগ বাৰ্তা : গুৱাহাটী অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চত ৬৪টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৬ এপ্রিল

অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চ, গুৱাহাটীয়ে অধ্যাপক, অতিৰিক্ত অধ্যাপক, সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপককে ধৰি ৬৪টা পদৰ বাবে অনলাইন আবেদনৰ আহ্বান জনাইছে৷

You might also like