নিয়োগ বাৰ্তা : চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াত ২৭৫টা বিষয়াৰ পদত চাকৰি
🔹 আবেদনৰ অন্তিম তাৰিখ ২৩ মার্চ
চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াই বিভিন্ন আই টি, ৰিস্ক আৰু ফাইনেঞ্চ ডমেইনত ২৭৫টা স্পেচিয়েলিষ্ট অফিচাৰ (এছ অ’) পদত নিযুক্তিৰ বাবে আনুষ্ঠানিক অধিসূচনা প্রকাশ কৰিছে৷ যোগ্য প্রার্থীয়ে অফিচিয়েল নিযুক্তি প’র্টেলৰ জৰিয়তে অনলাইনযোগে আবেদন কৰিব পাৰিব৷
