নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দল ত্যাগ

কংগ্ৰেছত খহনীয়া অব্যাহত।

এইবাৰ বঙাইগাঁও জিলা কংগ্ৰেছ নেতাৰ পদত্যাগ।

জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মোছাৰফ হুছেইনৰ কংগ্ৰেছ দল ত্যাগ।

মোছাৰফ হুছেইনে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি যোগদান কৰে অগপত।

সৃজনগ্ৰাম সমষ্টিৰ কংগ্ৰেছৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল মোছাৰফ হুছেইন।

কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হৈ অগপ দলত যোগদান।

ইতিমধ্যে মোছাৰফ হুছেইনে যোগীঘোপাত অগপ আৰু বিজেপিৰ সভাত অংশগ্ৰহণ কৰিছে।

ডিজিটেল ডেস্ক, ২২ মাৰ্চ :

You might also like