আজি ২৯ মার্চ, চ’ত মাহৰ ১৪ তাৰিখ
দেওবাৰ : তিথি–শুক্লা একাদশী, নক্ষত্র : অশ্লেষা, যাত্রা : নাই
মেঘ : আজি আনৰ কথা শুনি বিপদত পৰিব৷ হঠাৎ শৰীৰ অসুস্থ হ’ব পাৰে৷ বিদ্যাত মধ্যম৷ ঘৰুৱা দিশত চিন্তা থাকিব৷ শুভ ৰং হালধীয়া, শুভ ৰং ৭৷
বৃষ : আজি পুৰণি সমস্যাৰ পৰা পৰিত্রাণ পাব৷ ভাই-ভনীৰ লগত বিবাদ৷ দাম্পত্যত শুভ৷ প্রেমত বুজাবুজি৷ শুভ ৰং ৰঙা, শুভ ৰং ২৷
মিথুন : আজি আকস্মিক দুর্ঘটনা হোৱাৰ সম্ভাৱনা৷ মাতৃৰ শৰীৰৰ যত্ন লোৱা উচিত৷ যান–বাহন চলাওঁতে সাৱধান৷ প্রেমত কষ্ট৷ শুভ ৰং সোণালী, শুভ ৰং ৮৷
কর্কট : আজি অযথা ধন খৰচ নকৰিব৷ বিদ্যাত শুভ৷ সম্পত্তি প্রাপ্তিৰ যোগ৷ পাৰিবাৰিক দিশত শান্তি অটুট থাকিব৷ প্রেমত শুভ৷ শুভ ৰং বগা, শুভ ৰং ৩৷
সিংহ : আজি কর্মক্ষেত্রত সহকর্মীৰ সৈতে বাদ–বিবাদ হ’ব পাৰে৷ ৰক্তচাপ বৃদ্ধি পাব৷ আর্থিক দিশত উন্নতি৷ প্রেমত সন্দেহ৷ শুভ ৰং সেউজীয়া, শুভ ৰং ৬৷
কন্যা : আজি পৰাপক্ষত ভ্রমণ নকৰাই ভাল হ’ব৷ মূল্যৱান সম্পদ ক্রয় কৰিব পাৰিব৷ দাম্পত্যত জটিলতা৷ প্রেমত উৎসাহ৷ শুভ ৰং কমলা, শুভ ৰং ১৷
তুলা : আজি ব্যৱসায়ত লাভৰ যোগ৷ যাত্রা কৰিব পাৰে৷ নতুন বস্ত্র লাভ৷ যান–বাহন ক্রয় কৰিব পাৰিব৷ প্রেমত বাধা৷ শুভ ৰং মেৰুন, শুভ ৰং ৯৷
বৃশ্চিক : আজি নতুন যান–বাহন ক্রয় কৰিব পাৰে৷ স্বাস্থ্য ভালে নাযাব৷ শিক্ষার্থীৰ বাবে শুভ৷ শত্রুৱে ক্ষতি কৰিবৰ চেষ্টা কৰিব পাৰে৷ শুভ ৰং ৰূপালী, শুভ ৰং ৪৷
ধনু : আজি যথেষ্ট পৰিশ্রম হ’ব পাৰে৷ শত্রুৰ পৰা সাৱধান৷ ব্যৱসায়–বাণিজ্যত সফলতা লাভ কৰিব৷ প্রেমত সমস্যা বৃদ্ধি পাব৷ শুভ ৰং ক’লা, শুভ ৰং ৫৷
মকৰ : আজি খং-ৰাগ কমাওক৷ পুৰণি ৰোগত কষ্ট পাব পাৰে৷ কাকোকে টানকৈ কথা নক’ব৷ বন্ধুবর্গৰ পৰা সহায় লাভ কৰিব৷ শুভ ৰং পার্পল, শুভ ৰং ৮৷
কুম্ভ : আজি পাৰিবাৰিক দিশত অশান্তি৷ ভৰিৰ বিষে আমনি কৰিব পাৰে৷ বিদ্যাত যত্ন লোৱা উচিত৷ প্রেমত মধ্যম ফল। শুভ ৰং পিংক, শুভ ৰং ২৷
মীন : আজি যান-বাহন চলাওঁতে সাৱধান হ’ব৷ ধনৰ আগমন হ’ব পাৰে৷ শুভ কার্য সম্পন্ন নকৰিব৷ মনৰ আশা পূৰণ হ’ব পাৰে৷ শুভ ৰং ক’লা, শুভ ৰং ৬৷