নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা

  • শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা তললৈ সৰি পৰিল মালভৰ্তি ট্ৰাক।
  • গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ট্ৰাকখনৰ ড্ৰাইভাৰ হেণ্ডিমেন।
  • যানবাহন আৰক্ষীয়ে দুয়োজনকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে।
  • ট্ৰাকখন হাৰিয়ানাৰ বুলি আৰক্ষীয়ে সদৰী কৰিছে।
  • ফ্লিপকাৰ্টৰ সামগ্ৰী কঢ়িয়াই আনিছিল ট্ৰাকখনে।
  • গুৱাহাটী গড়চুক অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো।
  • দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ডিজিটেল ডেস্ক, ২০ মে’

You might also like