নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত ট্ৰাক-ছুইফটৰ মাজত মুখামুখি সংঘৰ্ষ

  • নলবাৰীৰ ২৭নং ৰাষ্ট্ৰীয় পথৰ বানেকুছিৰ বুঢ়াদিয়া নৈৰ ওপৰত থকা দলঙত ভয়ংকৰ দুৰ্ঘটনা।
  • ট্ৰাক আৰু ছুইফট ডিজায়াৰ মাজত মুখামুখি সংঘৰ্ষ।
  • ছুইফট ডিজায়াৰত থকা চাৰিগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত।
  • ইয়াৰ ভিতৰত এগৰাকী শিশুও আছে।
  • আটাইকেই নলবাৰী মেডিকেল হাস্পতালত ভৰ্তি কৰোৱা হয়।
  • উল্লেখযোগ্য ট্ৰাকখনৰ নম্বৰ হ’ল WB 59 C/8091
  • ছুইফটখনৰ নম্বৰ হ’ল AS 02/AB/1450।

ডিজিটেল ডেস্ক, ১২ জুন

You might also like