নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাটমণ্ডল সুৰজিৎ ডেকাৰ ঘৰত অভিযান CM ভিজিলেঞ্চৰ

  • বৰপেটাত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযান ৷
  • পূৰ্বৰ বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডল সুৰজিৎ ডেকাৰ ঘৰত অভিযান ৷
  • বৰপেটা দঙৰকুছিস্থিত সুৰজিৎ ডেকাৰ ঘৰত অভিযান মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ৷
  • বৰপেটাৰ পূৰ্বৰ ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰাৰ সতে সম্পৰ্ক গঢ়ি বৰপেটাৰ বিভিন্ন স্থানত মাটি সম্পত্তি কৰাৰ অভিযোগ উত্থাপিত হৈছিল সুৰজিৎ ডেকাৰ বিৰুদ্ধে ৷
  • পূৰ্বে বৰপেটা ৰাজহ চক্ৰৰ লাটমণ্ডল আছিল সুৰজিৎ ডেকা ৷
  • মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ ৬জনীয়া দলে চলাইছে অভিযান।

ডিজিটেল ডেস্ক, ১১ জুন

You might also like