নলবাৰীত ট্ৰাক-ছুইফটৰ মাজত মুখামুখি সংঘৰ্ষ
- নলবাৰীৰ ২৭নং ৰাষ্ট্ৰীয় পথৰ বানেকুছিৰ বুঢ়াদিয়া নৈৰ ওপৰত থকা দলঙত ভয়ংকৰ দুৰ্ঘটনা।
- ট্ৰাক আৰু ছুইফট ডিজায়াৰ মাজত মুখামুখি সংঘৰ্ষ।
- ছুইফট ডিজায়াৰত থকা চাৰিগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত।
- ইয়াৰ ভিতৰত এগৰাকী শিশুও আছে।
- আটাইকেই নলবাৰী মেডিকেল হাস্পতালত ভৰ্তি কৰোৱা হয়।
- উল্লেখযোগ্য ট্ৰাকখনৰ নম্বৰ হ’ল WB 59 C/8091
- ছুইফটখনৰ নম্বৰ হ’ল AS 02/AB/1450।
ডিজিটেল ডেস্ক, ১২ জুন