- চামগুৰিত ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ।
- ছোৱাইন ফ্লু ৰোগত আক্ৰান্ত হৈ মৃত্যু চামগুৰিৰ ৫৩ বছৰীয়া এগৰাকী মহিলাৰ
- মৃত মহিলাগৰাকী চামগুৰিৰ গেৰুৱামুখ গাঁৱৰ আনোৱাৰা বেগম
- গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু মহিলাগৰাকীৰ
- ছোৱাইন ফ্লুত মহিলাগৰাকীৰ মৃত্যুৰ পাছতেই আতংকময় পৰিৱেশ অঞ্চলটোত।
ডিজিটেল ডেস্ক, ১৬ জুন