🔹 অসম-বংগ সীমান্তৰ ছাগলীয়াত ভয়ংকৰ অগ্নিকাণ্ড।
🔹 অগ্নিকাণ্ডত এখন মিঠাইৰ দোকানসহ পাঁচখনকৈ পাণ দোকান ভস্মীভূত হয়।
🔹 দহ লক্ষাধিক টকাৰ সম্পত্তি জুইত ভস্মীভূত ।
🔹 আজি পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ড।
🔹 ঘটনাস্থলীত উপস্থিত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী।
🔹 অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপণ কৰে জুই।
🔹 শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
🔹 অগ্নিকাণ্ডত ৰাজেশ দত্তৰ মিঠাইৰ দোকান, জগদীশ চৌধুৰীৰ পাণৰ দোকান, ৰাজু চৌধুৰীৰ পাণৰ দোকান, ৰঞ্জিত সাহাৰ পাণৰ দোকান, অনিমেষ দেৱনাথৰ পাণৰ দোকান, ৰবি সাহাৰ পাণৰ দোকান ভস্মীভূত হয়।