চৰাইদেউত পিষ্টলসহ আটক দুই যুৱক
- চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তৰ চিংলোপথাৰ অঞ্চলৰ পৰা পিষ্টলসহ আটক দুই যুৱক।
- আছাম ৰাইফলছ, চৰাইদেউ আৰক্ষী আৰু শিৱসাগৰ আৰক্ষীৰ যৌথ অভিযানত আটক অস্ত্ৰ সৰবৰাহকাৰী যুৱক।
- যুৱকদ্বয়ৰ পৰা এটা .২২ (পইণ্ট 22) পিষ্টল উদ্ধাৰ।
- ধৃত যুৱক দুজন শিৱসাগৰ জেঙনিকটীয়াৰ মইনা আলি আৰু তেজপুৰৰ আজিবুল ইছলাম।
ডিজিটেল ডেস্ক, ২৫ জুন