- বাইহাটা চাৰিআলি আৰক্ষী থানাৰ উপ-পৰিদৰ্শক প্ৰাণকৃষ্ণ ৰাভাক ৰিজাৰ্ভ ক্ল’জ।
- 137/26 নম্বৰত ৰুজু হোৱা এটি হত্যাৰ গোচৰৰ প্ৰসংগক লৈ ৰিজাৰ্ভ ক্ল’জ আৰক্ষী বিষয়াগৰাকীক।
- এটি হত্যাকাণ্ডৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ অপচেষ্টাত লিপ্ত হোৱাৰ অভিযোগ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে।
- কামৰূপ জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে বিষয়াগৰাকীক।
ডিজিটেল ডেস্ক, ২৭ জুন