নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ পূৰ্বতিৰুপতি শ্ৰীবালাজী মন্দিৰত চুৰি

  • গুৱাহাটী মহানগৰীৰ পূৰ্বতিৰুপতি শ্ৰীবালাজী মন্দিৰত চুৰি কাণ্ড
  • মহানগৰীৰ বেতকুছিত থকা বালাজী মন্দিৰত চুৰি
  • নিশা চোৰে চুৰি কৰি লৈ যায় মন্দিৰত বহু সামগ্ৰী, লগতে টকা
  • ইতিমধ্যে ঘটনাস্থলীত উপস্থিত গড়চুক আৰক্ষী
  • তিনিটাকৈ দান পাত্ৰ ভাঙি লুটপাত দুৰ্বৃত্তৰ।

ডিজিটেল ডেস্ক, ৯ জুলাই

You might also like