- গুৱাহাটী মহানগৰীৰ পূৰ্বতিৰুপতি শ্ৰীবালাজী মন্দিৰত চুৰি কাণ্ড
- মহানগৰীৰ বেতকুছিত থকা বালাজী মন্দিৰত চুৰি
- নিশা চোৰে চুৰি কৰি লৈ যায় মন্দিৰত বহু সামগ্ৰী, লগতে টকা
- ইতিমধ্যে ঘটনাস্থলীত উপস্থিত গড়চুক আৰক্ষী
- তিনিটাকৈ দান পাত্ৰ ভাঙি লুটপাত দুৰ্বৃত্তৰ।
ডিজিটেল ডেস্ক, ৯ জুলাই