নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত কৰুণ মৃত্যু ডিম্বেশ্বৰ নাথৰ

  • বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিত ছিপাঝাৰত কৰুণ মৃত্যু এজন লোকৰ।
  • বিদ্যুতৰ ছিগি থকা তাঁৰত লাগি মৃত্যু ছিপাঝাৰৰ চ’লাৰ দলৰ ডিম্বেশ্বৰ নাথ (৪৭)।
  • নিশা সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো।
  • গোৱাল সন্থাৰ সভাৰ পৰা উভতি অহা পথত সংঘটিত হয় এই ঘটনাটো।
  • নিশাই মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও মৃত্যু মুখত পৰে লোকজন।
  • গাওঁবাসীয়ে বিদ্যুৎ বিভাগক ভুক্তভোগী পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনায়।
  • এতিয়াও অঞ্চলটোত বহু বৈদ্যুতিক তাঁৰ সমূহ বিপদসংকুলভাৱে উলমি আছে।
  • ইমানৰ পিছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ।

ডিজিটেল ডেস্ক, ১৮ জুলাই

You might also like