নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ উৰণ সেতুত নিশা ভয়ংকৰ দুৰ্ঘটনা

  • নিশা মহানগৰীৰ উৰণ সেতুত পুনৰ ভয়ংকৰ দুৰ্ঘটনা।
  • তীব্ৰ গতিত অহা বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পৰিল বাগৰি।
  • দিছপুৰ ছুপাৰ মাৰ্কেট উৰণ সেতুত সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • বহনখনৰ চালকসহ আৰোহী সুৰামত্ত হৈ থকাৰ সন্দেহ।
  • দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত উপস্থিত হয় আৰক্ষী।
  • চালকসহ আৰোহী আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ।
  • গণেশগুৰি দিশৰ পৰা খানাপাৰা দিশলৈ গৈ থকা অৱস্থাত বাহনখন হয় দুৰ্ঘটনাগ্ৰস্ত।
  • দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হল AS 01DW 8614 নম্বৰ।

ডিজিটেল ডেস্ক, ২২ জুলাই

You might also like