- নিশা মহানগৰীৰ উৰণ সেতুত পুনৰ ভয়ংকৰ দুৰ্ঘটনা।
- তীব্ৰ গতিত অহা বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পৰিল বাগৰি।
- দিছপুৰ ছুপাৰ মাৰ্কেট উৰণ সেতুত সংঘটিত হৈছে এই দুৰ্ঘটনা।
- বহনখনৰ চালকসহ আৰোহী সুৰামত্ত হৈ থকাৰ সন্দেহ।
- দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত উপস্থিত হয় আৰক্ষী।
- চালকসহ আৰোহী আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ।
- গণেশগুৰি দিশৰ পৰা খানাপাৰা দিশলৈ গৈ থকা অৱস্থাত বাহনখন হয় দুৰ্ঘটনাগ্ৰস্ত।
- দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হল AS 01DW 8614 নম্বৰ।
ডিজিটেল ডেস্ক, ২২ জুলাই