TRENDINGমহানগৰ কাহিলিপাৰাত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা By নিয়মীয়া বাৰ্তা On Jul 22, 2026 Share কাহিলিপাৰাত ভয়ংকৰ ভূমিস্খলন। কাহিলিপাৰাৰ নিজৰা পথত ভূমিস্খলনৰ ফলত মানুহ আবদ্ধ হৈ থকাৰ আশংকা। ইতিমধ্যে উপস্থিত হৈছে প্ৰশাসনৰ লোক। কিছু সময়ৰ আগতে সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা। ডিজিটেল ডেস্ক, ২২ জুলাই Featured Share