নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তীৰ্থনগৰী হাজোৰ বৰম্বৈ পাহাৰত ভূমিস্খলন

  • তীৰ্থনগৰী হাজোৰ বৰম্বৈ পাহাৰত ভূমিস্খলন।
  • মুষলধাৰ বৰষুণৰ ফলত বৰম্বৈ পাহাৰৰ ভূমিস্খলন।
  • ভূমিস্খলনৰ ফলত বৃহৎ ক্ষতি বৰম্বৈ আঞ্চলিক শ্ৰীশ্ৰীদুৰ্গা মন্দিৰৰ।
  • পাহাৰৰ মাটি খহি ভাঙিল দুৰ্গা মন্দিৰৰ সভা গৃহৰ ৱাল।
  • ভূমি স্খলনত মন্দিৰৰ বিভিন্ন সামগ্ৰী নষ্ট।
  • প্ৰায় লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতি।

ডিজিটেল ডেস্ক, ২৪ জুলাই

You might also like