নগাঁৱত মহিলাসহ ৩ ড্ৰাগছ সৰবাহকাৰী আটক
- নগাঁৱত তিনিটাকৈ ড্ৰাগছ সৰবাহকাৰী আটক।
- ধৃত সবৰাহকাৰীকেইটাৰ পৰা পাঁচটাকৈ ড্ৰাগছভৰ্তি চাবোনৰ বাকচ জব্দ আৰক্ষীৰ।
- শিলচৰৰ পৰা নগাঁৱৰ জুৰীয়ালৈ গৈ থকা অৱস্থাত জব্দ কৰে ড্ৰাগছসহ তিনিও সৰবৰাহকাৰীক।
- ড্ৰাগছ সৰবৰাহকাৰীকেইটা প্ৰশান্ত দাস, ৰাহুল ইছলাম আৰু এগৰাকী মহিলা।
- নগাঁও বৰঘাট আৰক্ষীয়ে পুৱা অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীকেইটাক।
ডিজিটেল ডেস্ক, ২৭ জুলাই