নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত মহিলাসহ ৩ ড্ৰাগছ সৰবাহকাৰী আটক

  • নগাঁৱত তিনিটাকৈ ড্ৰাগছ সৰবাহকাৰী আটক।
  • ধৃত সবৰাহকাৰীকেইটাৰ পৰা পাঁচটাকৈ ড্ৰাগছভৰ্তি চাবোনৰ বাকচ জব্দ আৰক্ষীৰ।
  • শিলচৰৰ পৰা নগাঁৱৰ জুৰীয়ালৈ গৈ থকা অৱস্থাত জব্দ কৰে ড্ৰাগছসহ তিনিও সৰবৰাহকাৰীক।
  • ড্ৰাগছ সৰবৰাহকাৰীকেইটা প্ৰশান্ত দাস, ৰাহুল ইছলাম আৰু এগৰাকী মহিলা।
  • নগাঁও বৰঘাট আৰক্ষীয়ে পুৱা অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীকেইটাক।

ডিজিটেল ডেস্ক, ২৭ জুলাই

You might also like