নিয়মীয়া বাৰ্তাঃ সমগ্ৰ দেশৰ আদালতসমূহৰ লগতে ন্যায়িক প্ৰতিষ্ঠানসমূহৰ বিৱৰ্তনৰ চহকী তথা জটিল ইতিহাস সামৰি প্ৰকাশ কৰা অনুবাদ গ্ৰন্থ ভাৰত বৰ্ষৰ আদালতসমূহ: অতীতৰ পৰা বৰ্তমানলৈ দেওবাৰে উন্মোচন কৰা হয় । ন্যায়িক সাহিত্যৰ এক উল্লেখিত গ্ৰন্থ হিচাপে বিবেচিত ভাৰত বৰ্ষৰ আদালতসমূহ: অতীতৰ পৰা বৰ্তমানলৈ উন্মোচন কৰে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ।