নিয়মীয়া বাৰ্তা, ১৬ মেঃ ক্ৰমাত ক’ভিড-১৯ এ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গুৱাহাটী মহানগৰীত । শনিবাৰে দুপৰীয়া পুনৰ দুগৰাকী লোকৰ শৰীৰত ধৰা পৰে ক’ৰোনা ভাইৰাছ । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে এই কথা । আজি আক্ৰান্ত ২ জন লোকেই আলু গুদামৰ আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । বৰ্তমান অসমত ৯১ লৈ বৃদ্ধি পালে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ।
Alert ~ 2 more persons, related to Aloo Godam case, test #COVID19 + in Guwahati.
↗️Total cases 91
↗️Recovered 41
↗️Active cases 46
↗️Deaths 2
↗️Migrated 2Update 12.15 pm/May 16#AssamCovidCount pic.twitter.com/y4A64Mfzr3
— Himanta Biswa Sarma (@himantabiswa) May 16, 2020