অসম অৱশেষত ট্ৰেংকুলাইজ কৰা হ’ল বনৰজাক ডিব্ৰুগড়ত পাকঘৰত নাহৰফুটুকী By নিয়মীয়া বাৰ্তা On নৱে 14, 2019 Share ডিব্ৰুগড়ৰ পল্টনবজাৰত বাঘৰ আতংক মেহতাব আহমেদৰ ঘৰৰ পাকঘৰত সোমাইছিল বাঘটো বাঘ চাবলৈ হেতাওপৰা অঞ্চলটোৰ ৰাইজৰ পুৱা ৯.৩০ বজাত প্ৰত্যক্ষ কৰা হৈছিল বাঘটো বন বিভাগৰ লোকে ট্ৰেংকুলাইজ কৰি কাজিৰঙালৈ লৈ যায় বাঘটোক বাঘটোৰ আক্ৰমণত আহত হৈছিল এজন লোক Featured Share