ৰাজ্যত পুনৰ ২২জনৰ দেহত COVID-19
নিয়মীয়া বাৰ্তা, ১ জুনঃ ৰাজ্য়ত পুনৰ নতুনকৈ আক্ৰান্ত ২২জন লোক। ইয়াৰে ১১জন বৰপেটা, ৫জন ওদালগুৰি, ধুবুৰী আৰু দৰঙৰ ৩জনকৈ লোক আৰু এজন লোক শোণিতপুৰৰ। বৰ্তমান ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ১৩৮৪জন।
?Alert ~ 23 new cases of #COVID19+
11 Barpeta, 5 Udalguri, 3 Dhubri, 3 Darrang, 1 Sonitpur
↗️Total cases 1384
↗️Recovered 185
↗️Active cases 1192
↗️Deaths 04Update 12:05 PM/June 1/Day’s total 23#AssamCovidCount pic.twitter.com/Y2xursbLNp
— Himanta Biswa Sarma (@himantabiswa) June 1, 2020