ৰাজ্যত নতুনকৈ ১৮২ গৰাকী লোকৰ দেহত ক’ৰোনা
নিয়মীয়া বাৰ্তা, ১৩ জুনঃ ৰাজ্যত নতুনকৈ ১৮২ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৩৯০০ জনলৈ বৃদ্ধি পালে ৷
আনহাতে ৰাজ্যত সম্প্ৰতি ২০৮৪ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷