নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত নহয়, চীনৰ বিৰুদ্ধে ভাৰতৰ যুঁজ আৰম্ভ হ’ল দিল্লীৰ পৰা; নিষিদ্ধ হ’ল এইকেইটা এপছ ?

আপুনি সদায়ে ব্যৱহাৰ কৰা এইকেইটা চীনা এপছ নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ চীনৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ৫৯ টা চীনা এপছক নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে । ইয়াৰ ভিতৰত সৰ্বাধিক ব্যৱহৃত টিকটক আৰু ইউচি ব্ৰাউজাৰ অন্তৰ্ভুক্ত হৈ আছে ।

তথ্য আৰু প্রযুক্তি মন্ত্রণালয়ে (Ministry of Information Technology) তথ্য প্রযুক্তি আইনৰ ধাৰা ৬৯ এ অধীনত এই ৫৯ টা চীনা মোবাইল এপছক নিষিদ্ধ ঘোষণা কৰিছে।

  মন্ত্ৰণালয়ে এখন জাননী জাৰি কৰি জনায় যে এই ৫৯ টা চীনা এপছে সেই সমূহ ক্রিয়াকলাপত লিপ্ত আছিল যি ভাৰতৰ সার্বভৌমত্ব আৰু অখণ্ডতা, ভাৰতৰ প্রতিৰক্ষা, ৰাষ্ট্রৰ সুৰক্ষা আৰু সাৰ্বজনিক ব্যৱস্থাৰ বাবে বিপদ মাতি আনিব পাৰে।

নিষিদ্ধ হোৱা এপছ কেইটা হৈছে –

 

You might also like