নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা ১৫জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ পুনৰ এজন ৰোগীৰ মৃত্যু। বৰ্তমানলৈ এই মহামাৰীত মৃত্যুৰ সংখ্য়া ১৫জনলৈ বৃদ্ধি। GMCHত আজি মৃত্যু হয় ৰোগীজনৰ। ৰোগীজন কলিয়াবৰৰ ধদাৰাম মুৰা বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত ১জুলাইত GMCHৰ ICU কক্ষত ভৰ্তি কৰোৱা হৈছিল। টুইটযোগে এই কথা জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। 

You might also like