নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা ১ ছেপ্টেম্বৰৰ পৰা স্কুল-কলেজ খোলাৰ চিন্তা-চৰ্চা: শিক্ষামন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে।

শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন শিক্ষানীতিৰ ওপৰত এই সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । অসমত ১৬ খন কলেজত নতুন বিজ্ঞান বিভাগ মুকলি।

১ ছেপ্টেম্বৰৰ পৰা স্কুল-কলেজ খোলাৰ চিন্তা চৰ্চা চৰকাৰৰ।

লগতে স্কুল খোলাৰ পূৰ্বে প্ৰতিজন শিক্ষক শিক্ষয়ত্ৰীৰ লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়েও কৰিব লাগিব ক’ৰোনা টেষ্ট কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে ।

You might also like