নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ উত্তৰ প্রদেশৰ আজমগড়ত দলিত গাঁওপ্রধান এগৰাকীক হত্যা আৰু ১৭ বছৰীয়া যুৱতী এজনীৰ ওপৰত সংঘটিত বলাৎকাৰৰ ঘটনাৰ পাছতে যোগী চৰকাৰে ৰাজ্যখনত ‘জংগলৰাজ’ চলাই থকা বুলি অভিযোগ কৰিছে কংগ্রেছৰ প্রাক্তন মুৰব্বী ৰাহুল গান্ধী আৰু দলটোৰ নেত্রী প্রিয়ংকা গান্ধী ভদ্রাই৷ ৰাহুল–প্রিয়ংকাই উল্লেখ কৰা অনুসৰি যোগীৰ আমোলত এতিয়া হত্যা, জাতিবাদী হিংসা আৰু ধর্ষণৰ ঘটনাত শিখৰত উঠিছে ৰাজ্যখন৷
Next Post
You might also like