“CAA আন্দোলনৰ সময়ত মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল, CAA আন্দোলনলৈ আমাক মানসিক অত্যাচাৰ কৰি লৈ যোৱা হৈছিল”- বিদ্যাসাগৰ
নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ “ভাৰতীয় জনতা পাৰ্টিৰ এজন সদস্য হিচাপে মই আজি কৈছোঁ ‘কা’ এ কেতিয়াও অসমীয়া জাতিৰ ক্ষতি নকৰে ।”– আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত গেৰুৱা বসন পিন্ধি এই মন্তব্য কণ্ঠশিল্পী বিদ্যাসাগৰৰ ।
