নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ নতুন মুখ্য সচিব জিষ্ণু বৰুৱা

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ   অহা কাইলৈ দায়িত্বভাৰ গ্ৰহণ কৰিব নতুন মুখ্য সচিব জিষ্ণু বৰুৱাই।
অসম চৰকাৰৰ মুখ্য সচিব হিচাপে নিযুক্তি লাভ কৰাৰ পূৰ্বে গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল বৰুৱাই।

উল্লেখ্য যে বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ অৱসৰৰৰ পাছতেই মুখ্য সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰিব জিষ্ণু বৰুৱাই।

You might also like