ক’ৰোনাৰ ত্রাসে অর্থনীতি বিধ্বস্ত কৰাৰ সময়তে সমগ্র বিশ্বৰ জাৰত এই জটিল আৰু প্রত্যাহ্বানমূলক পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ স্বার্থত উদ্ভাৱন হৈছে নতুন নতুন পদ্ধতি, প্রযুক্তি, আৰু নৃত্য নতুন কৌশলী সংযোজন৷ সমান্তৰালভাৱে উদয় হৈছে নতুন সুযোগ, সম্ভাৱনা আৰু বিকশিত াণিজ্যিক বিকল্পৰ৷ প্রসংগক্রমে চাৰিটা ক্ষেত্র অর্থাৎFMCG, থলুৱা খাদ্য উদ্যোগ, ডিজিটেল আৰু ইণ্টাৰনেটeconomy, আৰ¸ Fashion industryয়ে বিশেষ ধৰণে অগ্রগতি লাভ কৰ্বিলৈ সক্ষম হৈছে৷
থলুৱা খাদ্য উদ্যোগ ঃ
স্বাস্থ্যৰ প্রতি মানুহৰ সজাগতা দ্ধি পোৱাৰ লগে লগে থলুৱা নৌষধিৰ চাহিদা জাৰত যথেষ্ট পৰিমাণে দ্ধি পাইছে৷ অসম জৈৱৈবচিত্র্যৰ ক্ষেত্রত এখন ভূস্বর্গ স্বৰূপ৷ তেনেস্থলত অসমত সহজতে উপলব্ধ বিভিন্ন গুণ থকা শাক–পাচলি, ফলমূল আৰু নৌষধিৰ প্রয়োজনীয়তা আৰু ৱহাৰ লক্ষণীয়ভাৱে াঢ়িছে৷ থলুৱা খাদ্যাভ্যাসৰ র্ধিত প্রচলনৰ লগে লগে বিশেষভাৱে টনকিয়াল হৈ উঠিছে থলুৱা খাদ্য উদ্যোগ৷
অসমতে উপলব্ধ বিভিন্ন খাদ্যসমূহৰ ভিতৰত তুলসী, কাজিনেমু, আদা, নিম, হালধি, শিলিখা, টেঙেচী, মানিমুনি আদিৰ দৰে উপকাৰী আৰু আমলখি, নেমু, ডালিম, ৰবাব টেঙা আদিৰ দৰে ভিটামিন চি সমৃদ্ধ ফলমূল প্রচুৰ পৰিমাণে ৱহূত হ’বলৈ লৈছে৷Immunity boost অর্থাৎ দেহৰ প্রতিৰোধ ক্ষমতা দ্ধিৰ ােবimmunity tea, tulsi tea, green tea, masala tea, ginger tea আদিৰ প্রয়োগে বিশেষ স্থান লাভ কৰ্বিলৈ সক্ষম হৈছে৷
এইখিনিতেFMCGৰ উত্থান প্রশংসনীয়৷Health and wellnessৰ সৈতে জডিত অনুষ্ঠান–প্রতিষ্ঠানস্ নিত্য নতুন সামগ্রী তৈয়াৰ কৰি কৌশলেৰে গ্রাহকৰ মন জিক্বিলৈ সক্ষম হৈছে৷ নতুন নতুন প্রডাক্টlaunch, ডিৰেক্ট distribution, home delivery আৰুseasonal offeringৰ ঠাইত নিজৰ প্রডাক্ট প’টফলিও বৃদ্ধিৰ দৰে ৱস্থা গ্রহণ কৰি নিজৰ পদ্ধতি সলনি কৰাৰ লগতে জাৰত উচ্চ মানৰmarket competition সঞ্চাৰ কৰ্বিলৈ সক্ষম হৈছে৷ এইটো পৰিলক্ষিত হৈছে যেPatanjali, Dabur, Zandu, Sanjeevan আদিৰ দৰে উন্নত েব্রণ্ডসমূে Chyawanprash, Organic health ড্রিংক’, আৰুimmunity booster–ৰ দৰে বিভিন্ন সামগ্রী তৈয়াৰ কৰি বিগত ছৰটোত লক্ষণীয় লাভালাভ পাবলৈ সক্ষম হৈছে৷
Hygiene আৰুsanitationৰ ক্ষেত্রতোFMCG-সমূহৰ াণিজ্যিক সম্প্রসাৰণ উল্লেখযোগ্য৷ ক’ৰোনা অতিমাৰীৰ সময়ছোৱাত পৰিষ্কাৰ–পৰিচ্ছন্ন বিষয়েবাৰৰো প্রাসংগিকতা দ্ধি পাইছে৷ জাৰতdisinfectant, vegetable wash, surface cleaner, hand sanitizer, metal surface spray ইত্যাদি আৱশ্যকীয় সামগ্রীসমূহৰ চাহিদা অভাৱনীয়ভাৱে দ্ধি পাইছে৷ITC, Cavin Care ইত্যাদিৰ দৰেFMCG কোম্পানীসমূহ যোৱা এটা ছৰত কেৱলPersonal care আৰুhome hygiene–ৰ সামগ্রীৰ লতে সমগ্র জাৰ দখল কৰ্বিলৈ সক্ষম হৈছে৷Marico ltd ৰ’Veggie Clean’ নামৰ শাক–পাচলি আৰু ফলমূলsanitize কৰা প্রডাক্ট বিধে ভাৰত্বর্ষৰ জাৰত’most asked for’ প্রডাক্ট হিচাপে বিেবচিত হৈছে৷
Digital আৰুinternet economy ঃ
এতিয়া ইণ্টাৰনেট আৰু ডিজিটেলeconomyৰ পয়োভৰ৷ ক’ৰোনা অতিমাৰীৰ পৰিপ্রেক্ষিতত াণিজ্য খণ্ডৰ পৰা প্রশাসনলৈ ঘৰুৱা দৈনন্দিন কাম–কাজৰ পৰা মনোৰঞ্জনলৈ, সকলো ক্ষেত্রতে ডিজিটেল আৰু ইণ্টাৰনেট প্লেটফর্মসমূহ মানৱ জীৱনত অপৰিহার্য, অবিচ্ছেদ্য অংশ হৈ পৰিছে৷ তেনেস্থলতzoom video conferencing, Skype, DMNG আদি অনলাইনcloud conferencing appৰ পৰা লৈflipkart, Amazon, myntra, nyka ইত্যাদিৰ দৰে অনলাইনshopping giantsসমূহে সমগ্র জাৰ দখল কৰি ল’লৈ সক্ষম হৈছে৷ এফালে যাতায়াতৰ ৱস্থা সুচল কৰাৰ ক্ষেত্রতola, uberৰ দৰেdigital cab ছার্ভিচ ঘৰে ঘৰে মানুহৰ দৈনন্দিন যাতায়াতৰ সংগী হৈ পৰিছে৷ হোটেল, ৰেস্তোৰাঁসমূহৰ ক্ষেত্রতোswiggy, zomato ৰ দৰেhome delivery appৰ সৈতে সংযোজন সকলো ৰেস্তোৰাঁৰ ােব অতি প্রয়োজনীয় হৈ পৰিছে৷
সমান্তৰালভাৱে শিক্ষা খণ্ডতো নতুন শৈক্ষিক প্রণালী আৰু পদ্ধতিৰ সংযোজন হৈছে৷ যিটো সময়ত ক’ৰোনাৰ ভয়াৱহতাৰ ােব অভিভাৱকসকলে ছাত্র–ছাত্রীসকলক স্কুললৈ পঠিয়াবলৈ কুণ্ঠােবাধ কৰিছে সেইটো সময়ত নিয়মীয়া পাঠদান, নিয়মীয়া পৰীক্ষা আৰু সুশৃংখল শৈক্ষিক পৰিৱেশৰ অভাৱত ছাত্র–ছাত্রীসকলৰ শৈক্ষিক ভৱিষ্যত অনিশ্চয়তাপূর্ণ হৈ পৰিছিল৷ তেনে এক সন্ধিক্ষণতonline education technology, satelite classes, video conferencing platforms আৰুBYJU’S.White Hat Jr–ৰ দৰে অনলাইনcoaching প্টেফর্মসমূহে এই প্রতিকূল পৰিস্থিতিতো ছাত্র–ছাত্রীসকলৰ জীৱনত অধ্যয়নৰ প্র্বাহ ব্যাহত ৰাখ্বিলৈ সক্ষম হৈছে৷ ঘৰে ঘৰে যি ধৰণে এই প্রযুক্তিসমৃদ্ধ শিক্ষা ৱস্থা ছাত্র–ছাত্রী, শিক্ষাগুৰু আৰু অভিভাৱকসকলৰ মাজত জনপ্রিয় হৈ পৰিছে, পৰিস্থিতি সামান্য হোৱাৰ পিছতো -education techonologyÛ ইতিমধ্যে জাৰত নিজৰ সাঁচ হুৱাইছে আৰু প্রাথমিক পর্যায়ৰ পৰা আৰম্ভ কৰি গৱেষণালৈ ক্রমান্বয়ে এই নতুন পদ্ধতি অপৰিহার্য হৈ পৰ্বি লি অভিহিত হৈছে৷
ক’ৰোনা আৰু ashion industry ঃ
ক’ৰোনাৰ পিছত মাস্ক পৰিধান কৰাটো new normal’ হৈ পৰিছে৷ এই নতুন ormalßfashion industry-Û নতুন সুযোগ সম্ভাৱনা হিচাপে গ্রহণ কৰিছে৷ এতিয়া সাজ–পোছাকৰ লগতে atching mask পিন্ধাটো নতুন rend/ isa Say Gah, Vida, Brave New Look, Etsy ðৰে বিশ্বৰ ashion এণ্ড esigning ›তিষ্ঠানসমূহেও ask প্রস্তুতি কৰি বিশ্ব জাৰত র্তি থকাৰ লগতে নিজৰ randüমূহক নতুন পৰিচয় আৰু সংজ্ঞা প্রদান কৰ্বিলৈ সক্ষম হৈছে৷ অষ্ট্রেলিয়াৰ Ausair’ নামৰ প্রতিষ্ঠানটোৱে ucalyptus আৰু asmanian lavender-ৰ দৰে দ্র্ব্য ৱহাৰ কৰি প্রস্তুত কৰা fashionable hygienic mask’-এ গোটেই বিশ্বতেই প্রশংসা টল্বিলৈ সক্ষম হৈছে৷
ভাৰত্বর্ষৰ থলুৱা জাৰখনৰ কথা যদি কোৱা যায়, খাদী উদ্যোগৰ পৰা আৰম্ভ কৰি অসমৰ থলুৱা পাত–মুগা উদ্যোগৰ askÛ বজাৰত বিশেষ প্রভাৱ বিস্তাৰ কৰিছে৷ নিজৰ ৈবশিষ্ট্য, নিজৰ সুকীয়া গুণাগুণ, বিভিন্ন rint আৰু কাৰিকৰী সৌন্দর্যৰ ােব এই ask-সমূহে মানুহৰ মাজত নতুনকৈ hygiene আৰু ashion quotient’ ৰ পৰিচয় হন কৰ্বিলৈ সক্ষম হৈছে৷ ocial ¿মডিয়াতো ব্বিাহ অনুষ্ঠানত কইনাই নিজৰ মুখ্য সাজযোৰৰ লগত খাপ খোৱাকৈ অতি সুন্দৰ, ৰঙীন, দেখনিয়াৰ, ask পৰিধান কৰা ছবি iral হৈ পৰিছে আৰু এক নতুন rendî পৰিণত হৈছে৷
এইবােবই একাষাৰে ক’ পাৰি যে ভাৰতৰ জাৰত ask-] ােবই ovid কালত ধ্বংসৰ গৰাহৰ ফালে অগ্রসৰ ashion industry Ûকপ্রকাৰ পৰিত্রাণ পাবলৈ সক্ষম হৈছে আৰু সাম্প্রতিক পৰিস্থিতিৰ লগতে মোকাবিলা কৰ্বি পৰাকৈ নিজকে বিকশিত ৰূপত প্রতিষ্ঠিত কৰ্বিলৈ সক্ষম হৈছে৷