ফ্ল’ৰ টেষ্টৰ সন্মুখীন হ’ব প্ৰমোদ বড়ো
নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ BTCক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। BTCত ফ্ল’ৰ টেষ্টৰ অনুমতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ২৬ ডিচেম্বৰৰ পূৰ্বে সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশ নৱ গঠিত পৰিষদক । কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব নোৱাৰিব নতুন পাৰিষদে। অৱশ্যে মনোনীত পাৰিষদে ভোটদানত অংশ ল’ব নোৱাৰিব।