নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ সান্ধ্য আইন

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ ৰাজ্যত ‘কেব’ বিৰোধী প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাৰ সময়তে ৰাজ্যৰ প্ৰায়কেইখন জিলাতে প্ৰৱৰ্তন কৰা হৈছিল সান্ধ্য আইন । গুৱাহাটী মহানগৰীকে ধৰি তিনিচুকীয়াতো অব্যাহত আছিল সান্ধ্য আইন । যোৱা এটা সপ্তাহ পূৰ্বে গুৱাহাটীত সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ পাচত আজিৰ পৰা তিনিচুকীয়াত সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে সান্ধ্য আইন ।

You might also like