নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কণ্ঠশিল্পী ভিতালী দাসৰ পিছতে ক’ৰোনাই প্ৰাণ কাঢ়িলে ভাতৃ পৰাগমণি দাসৰ

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ মহামাৰী ক’ৰোনাই প্ৰায় কাঢ়িলে প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ জ্যেষ্ঠ ভাতৃ পৰাগমণি দাসৰ। আজি গুৱাহাটী চিকিৎসা মহবিদ্যালয় হাস্পতালত মৃত্যু হয় সাংস্কৃতিক কৰ্মী পৰাগমণি দাসৰ।

ইপিনে পৰাগমণিৰ পত্নী আৰু পুত্ৰও ক’ভিডত আক্ৰান্ত হৈ বৰ্তমান শিঙিমাৰী ক’ভিড হাস্পতালত চিকিৎসাধিন হৈ আছে।

উল্লেখ্য যে ভগ্নী ভিতালী দাসৰ মৃত্যুৰ পাছতে অসুস্থ হৈ পৰিছিল পৰাগমণি দাস।

You might also like