এই ৩ৰাশিৰ জাতক সকলে সদায় ভালপোৱা প্ৰতাৰণা কৰি আহিছে…
নিয়মীয়া বাৰ্তা ৭ মেঃ ব্যৰ্থ প্ৰেমৰ বেদনা অধিক। যি মানুহক বহুতো মানসিক অশান্তি লৈ ঠেলি দিয়ে। প্ৰেমৰ বিচ্ছেদৰ হোৱাৰ পিছত নিজকে সংযম কৰাটো অত্যন্ত কঠিন। এনেকুৱা সময়ত ব্যক্তিয়ে পুৰণি কথা পাহৰি জীৱন নতুনকৈ আগুৱাই যাবলৈ চেষ্টা কৰিব লাগে।
লগতে এই সন্দৰ্ভত জ্যোতিষ শাস্ত্ৰই এনে কিছুমান ৰাশি চিনাক্ত কৰিছে যি ভালপোৱাৰ নামত সদায় প্ৰতাৰণা কৰি আহিছে। জানো আহক কোন কেইটা ৰাশিয়ে প্ৰেমক প্ৰতাৰণা কৰি আহিছে।
ধনু ৰাশিঃ ধুন ৰাশি লোক বহুতো সাহসী হয়। এই জাতকৰ ৰাশি সকল স্বাধীন মনোভাৱৰ হয়। তেওঁলোকৰ জীৱনৰ উদ্দেশ্য এটাই কেৱল আগবাঢ়ি যোৱা। এই ৰাশি লোক সকল কোনো বান্ধোনত বান্ধ খাই থাকিব নোখোজে, যদিও কেতিয়াবা কাৰোবাৰ লগত বান্ধোনত সোমালেও পৰৱৰ্তী সময়ত আমনি লাগে। যাৰ পৰিণতিত ভালপোৱা ত্যাগ কৰে।
কুম্ভ ৰাশিঃ এই ৰাশিৰ জাতক সকল বহুত উতসাহী হোৱাৰ লগতে স্বতন্ত্ৰ হয়। তেওঁলোক নিজৰ পৃথিৱীতে জীয়াই থাকিব খোজে। পৰিবাৰ, বন্ধুত্ব, ভালপোৱাক চিন্তিত কৰিব নোৱাৰে। এই জাতকৰ ৰাশি লোক সকলে আনক সহায় কৰি বহুত ভাল পায়। যেতিয়া এই ৰাশিৰ লোকসকলে সমাজৰ কাৰণে একো কৰিব পৰা নাই তেতিয়া সকলো বন্ধন ত্যাগ কৰিবলৈ সাজু হয়।
সিংহ ৰাশিঃ সিংহ ৰাশিৰ লোকসকলে সদায় যিকোনো কাম সাৱধানে কৰে আৰু সাৱধানো হয়। এই ৰাশিৰ লোক সকলে গুৰুত্ব দিয়ে যে, তেওঁলোকে চৰ্চাত থকাৰ লগতে, প্ৰেম কৰা, প্ৰশংসা কৰা। কিন্তু এইটো সম্ভৱ নহয় যে কোনোবাই কেৱল নিজৰ সকলো ধ্যান এজন ব্যক্তিৰ ওপৰত দিয়ে যিটো সিংহ ৰাশিৰ লোকসকলক অশান্তি দিয়ে। যাৰ পৰিপেক্ষিতত এই ৰাশিৰ লোকসকলেও ভালপোৱা ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰে।