নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলো গোচৰৰ পৰা দোষমুক্ত অখিল গগৈ

নিয়মীয়া বাৰ্তা ১ জুলাইঃ  মুকলি আকাশৰ তললৈ অখিল গগৈ। সকলো গোচৰৰ পৰা মুক্ত কৰা হৈছে অখিল গগৈক। চানমাৰি থানাৰ গোচৰৰ চাৰিওজন অভিযুক্তকে দোষমুক্ত।

উল্লেখ্য যে আজি পুৱাৰ ভাগত অখিল গগৈক এন আইৰৰ বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে এনআইৰ অধিবক্তাৰ শুনানি গ্ৰহণৰ পাছতে অখিল গগৈৰ ওপৰত অভিযোগ কৰা গোচৰৰ পৰা দোষমুক্ত কৰে ।

You might also like