নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ বৰঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ আৰক্ষীৰ

  • নগাঁও আৰক্ষীৰ বৃহৎ সফলতা।
  • নগাঁও বৰঘাটত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।
  • শিলচৰৰ পৰা নগাঁও জুৰীয়ালৈ আনি থকা অৱস্থাত আৰক্ষীয়ে নগাঁও বৰঘাটত আৰক্ষীয়ে জব্দ কৰিছে কেইবাকোটি টকা মূল্যৰ ড্ৰাগছ।
  • আৰক্ষীয়ে জব্দ কৰিছে ৬৮টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ।
  • ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজনকৈ সৰবৰাহকাৰী।
  • আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইটা হৈছে ইনামূল হক, ইলিয়াছ আহমেদ আৰু নজমূল ইছলাম।

ডিজিটেল ডেস্ক, ১৮ জুন

You might also like