নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোষণা হ’ল মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ ফলাফলঃ শীৰ্ষত বিশ্বনাথ

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । এইবাৰ শিক্ষান্ত পৰীক্ষাত ৮৮,৫২১ জনে প্ৰথম স্থান কৰিছে। দ্বিতীয় স্থান লাভ কৰিছে ১,৬০,২৯৮ জনে। তৃতীয় স্থান লাভ কৰিছে ১,৪৮,৩১৩ জনে।

মেট্ৰিকত এইবাৰ উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ আৰু হাইমাদ্ৰাছাৰ উত্তীৰ্ণৰ হাৰ ৯৩.১৮ শতাংশ।শ্ৰেষ্ঠ ফলাফলৰ শীৰ্ষত বিশ্বনাথ জিলা। বিশ্বনাথত ৯৯.৪০ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।

উত্তীৰ্ণ হোৱা সকলৰ ভিতৰত ৯২.৯০ শতাংশ ছাত্ৰী হোৱাৰ বিপৰীতে ৯৩.৩৪ শতাংশ ছাত্ৰ ৷

You might also like