নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াত চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ  কলগাছিয়া বজাৰৰ পৰা উদ্ধাৰ কৰা হয় নম্বৰ বিহীন পালছাৰ মটৰ চাইকেলসহ সন্দেহজনক বাইক চোৰ।

আজাহাৰ নামৰ এজন যুৱকে মটৰচাইকেল খন চুৰি কৰি টকালৈ বন্ধকত ৰখা বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে আজাহাৰ আলী নামৰ চোৰ জনে হাফিজুৰ ৰহমান নামৰ এজন চোৰৰ পৰা 15 হাজাৰ টকা বন্দকত লৈ মটৰচাইকেল খন দিছে বুলি মন্তব্য কৰে চোৰটোৱে।

চোৰ জন কলগাছিয়াৰ লাচাংগা গাঁওৰ আমিৰ হামজাৰ পুত্ৰ হাফিজুৰ ৰহমান বুলি জানিব পৰা গৈছে।

বাইক চোৰৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।
আৰক্ষীৰ তদন্তৰ পিছতহে ওলাব আচল ৰহস্য।

You might also like