নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 গোলকগঞ্জত বিদ্যুৎস্পৃষ্ট হৈ এজন ব্যক্তিৰ মৃত্যু 

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ ধুবুৰী জিলাৰ আগমণি থানাৰ অন্তৰ্গত বাউসেৰকুটীত বিদ্যুৎস্পৃষ্ট হৈ এজন ব্যক্তিৰ মৃত্যু। মৃত্যু হোৱা লোকজনৰ নাম নবৰ উদ্দিন আলী।

আচকাৰ আলী নামৰ এজন খেতিয়কে তেওঁৰ কবি খেতি শহা পহুৰ পৰা ৰক্ষা কৰিবলৈ খেতি পথাৰৰ চাৰিওফালে দিয়া বৈদ্যুতিক তাঁৰত লাগি থিতাতে নিহত হয় লোকজনৰ। আগমনি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত । ইফালে খেতিয়ক আচকাৰ আলী তেওঁৰ পৰিয়াল সহ ঘৰৰ পলায়ন কৰিছে।

You might also like