নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ বিদ্যাত শুভ৷ মানসিক শান্তি৷ মামলা মোকর্দমাত জয়লাভ৷ শৈশৱৰ স্মৃতি ৰোমন্থন৷ ভ্রমণত শুভ৷ বগা শুভ ৰং৷ শুভ সংখ্যা ২৷

বৃষঃ কর্মস্থানত ব্যস্ততা বৃদ্ধি৷ শিৱ মন্দিৰ দর্শনত শুভ হ’ব৷ পূবে দূৰ ভ্রমণ নকৰিব৷ বন্ধুবর্গৰ পৰা সাৱধান৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ৬৷

মিথুনঃ কর্ম–বিদ্যাত শুভ৷ বন্ধুবর্গৰ পৰা উপকৃত হ’ব৷ সা–সম্পত্তি লাভ কৰিব পাৰে৷ পাৰিবাৰিক মধ্যম৷ পাতল নীলা ৰং শুভ৷ শুভ সংখ্যা ৮৷

কর্কটঃ প্রভাৱশালী লোকৰ সহযোগিতা পাব৷ দুঃসাহসিক কামত আনৰ উৎসাহ পাব৷ কর্মস্থানত নিজৰ স্থিতি বজাই ৰাখক৷ ব্যয় বৃদ্ধি৷ বগা শুভ ৰং৷ শুভ সংখ্যা ২৷

সিংহঃ আর্থিক বিষয়ত চিন্তা থাকিব৷ স্বাস্থ্য মধ্যম৷ কর্মস্থানত উন্নতি৷ নিৰামিষ খাওক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৬৷

কন্যাঃ কর্মক্ষেত্রত সচেতন হওক৷ শিৱ মন্দিৰ দর্শন কৰক৷ নিষ্ঠা আৰু সততা বৃদ্ধি৷ অর্থ লাভ৷ ক্রীম ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ৩৷

তুলাঃ কর্মত বিচক্ষণতা প্রকাশ পাব৷ বেলগছত পানী দিয়ক৷ জুইৰ পৰা সাৱধান৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ৮৷

বৃশ্চিকঃ বিদ্যাত শুভ৷ কর্মস্থানত মধ্যম৷ অবাবত ধন খৰচ হ’ব পাৰে৷ স্বাস্থ্য কিছু দুর্বল৷ নিচাদ্রব্য সেৱন নকৰিব৷ সোণালী শুভ ৰং৷ শুভ সংখ্যা ২৷

ধনুঃ খৰচ বৃদ্ধি৷ কর্মক্ষেত্রত মধ্যম৷ আত্ম অহংকাৰ বৃদ্ধি৷ পদোন্নতি যোগ৷ ভ্রমণত কষ্ট৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ৭৷

মকৰঃ কর্ম ব্যস্ততা বৃদ্ধ৷ ব্যৱসায়ী, ৰাজনৈতিক ক্ষেত্রত জড়িত লোকৰ সা–সন্মান বৃদ্ধি৷ আপোনাৰ সৰলতাৰ সুযোগ আনে ল’ব পাৰে৷ শিৱক স্মৰণ কৰক৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷

কুম্ভঃ কর্মত উন্নতি৷ স্বাস্থ্যৰ প্রতি যত্ন লওক৷ প্রেমত কষ্ট৷ হঠাৎ অর্থ লাভে আনন্দিত কৰিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৯৷

মীনঃ  ব্যৱসায়ত শুভ৷ উন্নতিৰ যোগ৷ ভ্রমণ মধ্যম৷ কোনো ব্রহ্মণক লগন দান কৰিব৷ বগা ৰং শুভ৷ ১ শুভ সংখ্যা৷

You might also like