এনএছইউৰ আইৰ নেতা জুবেৰ আনম গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ জুবেৰ আনমক গ্ৰেপ্তাৰ। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এনএচইউআইৰ নেতাজনক। উল্লেখ্য যে কা আন্দোলনৰ সময়ত গুৱাহাটীত ৰাজহুৱা সম্পত্তি ধ্বংসৰ অভিযোগত অভিযুক্ত আনম।