নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ৰাজ্যৰ বর্তমান পৰিস্থিতি আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ পুনঃনির্ধাৰিত সময়সূচীৰ পৰিপ্রেক্ষিতত গুৱাহাটী কমার্চ কলেজ ছাত্রাৱাসৰ অহা ২৮ আৰু ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া সোণালী জয়ন্তী সামৰণী সমাৰোহ সাময়িকভাৱে স্থগিত ৰখা হৈছে ৷ পৰৱর্তী সময়ত নতুন দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব ৷
Prev Post
Next Post
You might also like